চিলনী আৰু তাৰ বন্ধুবৰ্গ
The Hawks and their Friends
এসময়ত, এটা হ্ৰদৰ কাষত এজনী চিলনী নিজৰ পৰিয়ালৰ সৈতে,লগতে এটা মাছৰোকা, এটা সিংহ আৰু এটা কাছও বাস কৰিছিল। এদিন এজন চিকাৰী ৰাজহাহঁ ধৰিবলৈ অৰণ্যলৈ আহিল। ৰাজহাহঁটোৱে নিজক চিকাৰীৰ পৰা বচাবলৈ তাৰ বন্ধুবৰ্গৰ সহায়ৰ বাবে অনুৰোধ কৰিছিল। সিংহৰ গৰ্জন শুনি চিকাৰীজনে লগে লগে জংঘল এৰি গ'ল। তাৰ পিছত, সকলো জন্তু সুখেৰে বাস কৰিলে।