ৰাজ ফেঁটী আৰু পৰুৱা
The King Cobra and the Ants
এসময়ত, এডাল দুষ্ট ৰাজ ফেঁটি এখন ডাঙৰ অৰণ্যত বাস কৰিছিল। সকলো জন্তুয়ে তালৈ ভয় খাইছিল। ৰাজ ফেঁটি ডালে এজোপা ডাঙৰ গছৰ ওচৰত থাকিব বিচাৰিছিল কিন্তু ইয়াৰ আধাৰত পৰুৱা হাফঁলুটো বিচৰা নাছিল। যেতিয়া পৰুৱাবোৰে তাৰ কথা নুশুনিলে, সি তাহাঁতৰ হাফঁলুটো ধ্বংস কৰি দিলে। খঙাল পৰুৱাবোৰে ৰাজ ফেঁটিক আক্ৰমণ কৰিছিল। যদিও সি শক্তিশালী,সকলো পৰুৱাৰ সৈতে যুঁজিব নোৱাৰিলে। তাক কামুৰি শেষ কৰিলে আৰু মৃত্যুবৰণ কৰিলে। 'একতা হৈছে শক্তি' কাহিনীটোৰ নৈতিকতা।