বৃশ্চিক আৰু কাছ
The Scorpion and the Tortoise
এই কাহিনীটো এটা গৌৰৱান্বিত বৃচ্ছিক আৰু এটা দয়ালু কাছৰ বিষয়ে যি বন্ধু আছিল। এদিন, কাছটোৱে নিজৰ ঠাই এৰি ওচৰৰ অৰণ্যলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। বৃচ্ছিকেও লগত যাবলৈ সিদ্ধান্ত লয়। অৰণ্যলৈ যাওঁতে তেওঁলোকে নদী এখন পাৰ হ'ব লগা হৈছিল। কাছটোৱে বৃচ্ছিক টোক তেওঁৰ পিঠিত বহি নদীখন সাঁতুৰি পাৰ হবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। হঠাতে, কাছটোৱে তাৰ পিঠিত এটা বেদনা অনুভৱ কৰে। সুধোঁতে, সি দেখিলে যে বৃচ্ছিকটোৱে তাৰ দংশনেৰে কাছটোৰ খোলাটো বিন্ধিবলৈ চেষ্টা কৰি আছে। এই কামটোৱে কাছটোৰ খং উঠাই আৰু বিচ্ছিকটোক নদীত জোকাৰি পেলাই দিয়ে।