দৈৱ-ঘটনা সংঘটিত কৰা মাছটো

The Fish who Worked a Miracle

এসময়ত, বোধিসত্ব নামৰ এটা মাছ আন মাছবোৰৰ সৈতে এটা পুখুৰীত বাস কৰিছিল। খৰাঙৰ কাৰণে ওচৰৰ গাওঁ এখনৰ পুখুৰীটো শুকাই গৈছিল। অতি সোনকালেই পৰিস্থিতি অসহনীয় হৈ পৰিল। এই অৱস্থা দেখি, বোধিসত্ব কৰুণাৰে ভৰি পৰিছিল আৰু সহজীৱীৰ লগতে মানুহৰও দুখ-কষ্ট ৰক্ষা কৰিবলৈ বৰুণ দেৱতাক পাৰ্থনা কৰাৰ সিদ্ধান্ত লৈছিল। যিহেতু বোধিসত্ব এটা নিৰীহ আত্মা আছিল, বাবে বৰুণ দেৱতাই তাৰ অনুৰোধ শুনিছিল আৰু পৃথিৱীৰ সকলোৰে দুখ-কষ্ট ৰক্ষা কৰিবলৈ বৰষুণ আৰম্ভ কৰিছিল।

Login to Read Now